অভাৱ


সপোন গুঠি গুঠি ৰাতিটো শেষ হয়
টোপনিবোৰ উজাগৰে থাকে !
আঙুলিমূৰত হিচাপ
শীত যাবৰে হ’ল
গৰম কাপোৰ নালাগে দিয়ক !
আইৰ অসুখ
মাহত দুটামান দিন যোগ হোৱাহেঁতেন
খৰকৈ হিচাপটো কৰি পেলাওঁ !

Post a Comment

0 Comments