অশ্রু





থাকক দিয়া তুমি নজনাকৈয়ে
গোপনে বুকুত সজাল ধৰা
তুমি নামৰ সেউজীয়া অনুভৱ এটি !
তুমি কৈছিলা তুমি কন্দা নাছিলা
অথচ এইয়া চোৱা
মোৰ হাতৰ মুঠিত দুটোপাল পানী
আজিও যি সতেজ !

Post a Comment

0 Comments